Notifications

 

Notification

Dated: 24/03/2024

    ইয়াৰ দ্বাৰা সকলো অভিভাৱক-অভিভাৱিকা তথা ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় যে তলত দিয়া নিয়ম অনুসৰি 2024-25 ইং বৰ্ষৰ নাম ভৰ্তিকৰণ সম্পন্ন হ'ব।

নিয়ম
1. অংকুৰ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈঃ 27/03/2024 ইং তাৰিখৰ পৰা 31/03/2024 ইং তাৰিখলৈ।
2. ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈঃ 01/04/2024 ইং তাৰিখৰ পৰা 03/04/2024 ইং তাৰিখলৈ।
3. নৱম আৰু দশম শ্ৰেণীঃ 04/04/2024 ইং তাৰিখৰ পৰা 06/04/2024 ইং তাৰিখলৈ।
    বি. দ্ৰঃ নামভৰ্তিৰ ক্ৰম অনুসৰি শ্ৰেণীৰ ৰোল নম্বৰ হ'ব।

                                                                                                         -কতৃপক্ষ,
                                                                                           মানাস একাডেমি, কালজাৰ।



Notification

1. Routine: 2nd Unit Examination 2023-24 (class VI to X)

(Click Here)


2. Routine: 2nd Unit Examination 2023-24 (class Ankur to Five)

(Click Here)


Notification

Date: 22/02/2023

     ইয়াৰ দ্বাৰা মানাস একাডেমিৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক/ অভিভাৱিকা সকলক জনোৱা যায় যে অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ বাৰ্ষিক পৰীক্ষাৰ ফলাফল অহা 20/03/2023 ইং তাৰিখত ঘোষণা কৰা হ'ব। পৰীক্ষাৰ ফলাফল www.manasacademy.in আৰু www.manasacademy2018.blogspot.com ৱেবচাইট যোগে সংগ্ৰহ কৰিব পাৰিব ।

                     -পৰীক্ষা সমিতি,
          মানাস একাডেমি, কালজাৰ



Dated: 20/07/2022



Notification

Date: 24/06/2022

     ইয়াৰ দ্বাৰা মানাস একাডেমিৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক/ অভিভাৱিকা সকলক জনোৱা যায় যে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ হৈ যোৱা প্ৰথম গোট পৰীক্ষাৰ 16/06/2022 আৰু 17/06/2022 ইং তাৰিখৰ পৰীক্ষা বানপানীৰ বিভিষিকাৰ বাবে বাতিল কৰা হৈছিল। উক্ত পৰীক্ষা অহা 02/07/2022 আৰু 04/07/2022 ইং তাৰিখত ৰুটিনত দিয়া সময়সূচী মতে অনুষ্ঠিত কৰা হ'ব।
                     -পৰীক্ষা সমিতি,
          মানাস একাডেমি, কালজাৰ




Notification

Date: 23/06/2022

       ইয়াৰ দ্বাৰা মানাস একাডেমিৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক/ অভিভাৱিকা সকলক জনোৱা যায় যে অহা 27/06/2022 ইং তাৰিখ সোমবাৰৰ পৰা অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঠদান পুনৰ আৰম্ভ কৰা হ'ব। উক্ত তাৰিখৰ পৰা সকলো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীক যথা সময়ত উপস্থিত থাকি পাঠদান/পাঠ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ'ল।
                               -কতৃপক্ষ,
                   মানাস একাডেমি, কালজাৰ।

No comments:

Post a Comment