Welcome


Results 2023-24




Notification

Dated: 06/04/2024

ইয়াৰ দ্বাৰা সকলো অভিভাৱক-অভিভাৱিকা তথা ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় যে অহা 08/04/2024 ইং তাৰিখৰ পৰা 2024-25 বৰ্ষৰ পাঠদান আৰম্ভ হ'ব। গতিকে সকলো ছাত্ৰা-ছাত্ৰীক তথা সময়ত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হ'ল। 

উপাধ্যক্ষ, 
মানাস একাডেমি।



Notification

Dated: 24/03/2024

    ইয়াৰ দ্বাৰা সকলো অভিভাৱক-অভিভাৱিকা তথা ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় যে তলত দিয়া নিয়ম অনুসৰি 2024-25 ইং বৰ্ষৰ নাম ভৰ্তিকৰণ সম্পন্ন হ'ব।

নিয়ম
1. অংকুৰ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈঃ 27/03/2024 ইং তাৰিখৰ পৰা 31/03/2024 ইং তাৰিখলৈ।
2. ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈঃ 01/04/2024 ইং তাৰিখৰ পৰা 03/04/2024 ইং তাৰিখলৈ।
3. নৱম আৰু দশম শ্ৰেণীঃ 04/04/2024 ইং তাৰিখৰ পৰা 06/04/2024 ইং তাৰিখলৈ।
    বি. দ্ৰঃ নামভৰ্তিৰ ক্ৰম অনুসৰি শ্ৰেণীৰ ৰোল নম্বৰ হ'ব।

                                                                                                         -কতৃপক্ষ,
                                                                                           মানাস একাডেমি, কালজাৰ।















No comments:

Post a Comment